Dataset Viewer
Auto-converted to Parquet Duplicate
audio
audioduration (s)
0.5
27.9
sentence
stringlengths
1
412
language
stringclasses
1 value
source
stringclasses
1 value
হালদীৰামৰ পৰা মোৰ বাবে ফালুদা অৰ্ডাৰ কৰি দিয়া
assamese
ai4bharat/IndicVoices
আমি অসমীয়া মানুহবিলাকে পৰম্পৰাগত পিঠা বনাওঁ ঢেঁকীত পিঠা খুন্দি লওঁ খুন্দি পেলাই বনাওঁ তিল পিঠা বনাওঁ ভৰকীয়া পিঠা বনাওঁ সুতুলী পিঠা বনাওঁ ভাপৰ পিঠা বনাওঁ
assamese
ai4bharat/IndicVoices
আৰু
assamese
ai4bharat/IndicVoices
বহুত ধৰণৰ পিঠা বনাওঁ হেৰি তিল পিঠা বনাবলৈ হ'লে আমি বৰা চাউল তিয়াই লওঁ তিয়াই এঘন্টামান দুঘন্টামান নতুন বৰা হ'লে বেছিকে তিয়াব নালাগে এঘন্টামান তিয়াই লৈ চাউলখিনি টুকি ফৰফৰীয়া কৰি পিঠা খুন্দি লৈ
assamese
ai4bharat/IndicVoices
পিঠা ঘন চালনীৰে চালি অলপ অলপ হেচি যাওঁ তেতিয়াই পিঠাটো বনাবলৈ ভাল হয়
assamese
ai4bharat/IndicVoices
তিলখিনি ভাজি লওঁ ভাজি লৈ গুৰ সানি ধুনীয়াকে নহ'লে নাৰিকল ৰুকি লৈ নাৰিকল খিনি ভাজি চেনিৰ লগত ভাজি লৈ
assamese
ai4bharat/IndicVoices
কাঢ়ি লৈ তাৰ পিছত টাৱা বা কেৰাহীত পিঠা কেইটা দি হেতাৰে নহ'লে কিছুমানে আমি মইটো হাতেৰেই পুৰোঁ
assamese
ai4bharat/IndicVoices
আজিকালি আকৌ বোৱাৰী জীয়ৰীবিলাকে হাত নলগাই হেতা দি বনাই মেলি লৈ তাৰ পিছত নুৰিয়াই দি তিলপিঠাটো বনোৱা হয়
assamese
ai4bharat/IndicVoices
সুতুলী পিঠাটো তেনেকে ঠিক তেনেকে সুতুলীৰ দৰে বনাওঁ সানি লৈ সুতুলীৰ দৰে বনাই ভাপত দি হেৰি কৰি লৈ আমি সুতুলী পিঠা বনাওঁ
assamese
ai4bharat/IndicVoices
তেনেকে ভাপৰ পিঠাও পানী প্ৰথমতে নিমখ বা চেনি গুলি নহ'লে তাত নাৰিকল দিব লাগে নাৰিকল দিলে চেনি দিব লাগে চেনি দি সানি লৈ ৰুকি পেলাই সানি লৈ চালনীত চালি
assamese
ai4bharat/IndicVoices
চাউল চলা চালনীত চালি লৈ পিঠাখিনি গামলা এটাত ভৰাই ল'ব লাগে তাৰ পিছতে
assamese
ai4bharat/IndicVoices
হেৰি এই আজিকালি তাৰ ভাপৰ পিঠা বনোৱা চাকনিও ওলাইছে চাকনি দি সেই কুকাৰটো হুইছেলটো খুলি তাৰ ভাপত বহুৱাই দিলে
assamese
ai4bharat/IndicVoices
একমিনিটো নালাগে এটা ভাপৰ পিঠা বনাবলে তেনেকেই বনাইছোঁ আমি নহ'লে আগতেটো ডেক্সি পিঠা বুলি কয় ডেকৰ
assamese
ai4bharat/IndicVoices
ঢাকনিখনত ভাল পাতল পিঠাখিনি ভৰাই লৈ ভাল পাতল কাপোৰ এখনেদি ধুনীয়া কাপোৰ এখনেদি ঢাকি লৈ ওভতাই পেলাই ডেক্সিটোৰ মুখত নলিছাটোত ঠিলা এটা দি ডেক্সিমুখত
assamese
ai4bharat/IndicVoices
দি পেলাই ভাপৰ পিঠা বনাইছিলোঁ আজিকালি অৱশ্যে তেনেকে ওলাইছে চাকনি তাৰ পিছত সেই ভুৰুকীয়া পিঠাটো
assamese
ai4bharat/IndicVoices
মগ এটা বা বাতি এটাত নিমখ দি আমি পানী দি গুলি লওঁ গুলি লৈ কেৰাহীখন পাতি ঢালি লৈ কেৰাহীখন ডাঙি এনেকে এনেকে অকণমান ঘূৰাই দি তেতিয়া পাতল হয় আৰু বস্তুটো নহ'লে ঘূৰাই নিদিলে ডাঠ হয় তেনেকে আমি ভুৰুকীয়া পিঠা বনাওঁ খাবলৈও ভাল হয় কোমল হয় হেৰি তেনেকে পিঠা বনাওঁ
assamese
ai4bharat/IndicVoices
আৰু ভাপৰ পিঠাৰ কথা ক'লোৱেই তিলৰ পিঠা আৰু এবিধ এতিয়া আমি আজিকালি মালপোৰা পিঠা বুলি কয় চেনি গুৰ দি পিঠাখিনি খুন্দি গুৰ দি লৈ
assamese
ai4bharat/IndicVoices
গুলি পানী দি গুলি পেলাই <unintelligible> বেকিং দিব লাগে আৰু কিবা কিবি মচলা জাতীয় বস্তু লং ইলাচি দিলে গোন্ধটো ভাল হয় দি সেইটো পিঠা পুৰিবলে আকৌ তেল বহুত লাগে
assamese
ai4bharat/IndicVoices
তেনেকে গুলি লৈ থৈ পেলাই কাপ বা বাতি এটাই নহলে গোল হেতা এখন দি তেলখিনি সৰহকে দি তাত দিলে বস্তুটো ফুলি আহে
assamese
ai4bharat/IndicVoices
ফুলি লৈ লৰাই ওলোটাই পোলোটাই দিলে ধুনীয়া ৰঙৰ ৰং ৰঙা ৰঙ ৰঙচুৱা হলেই কাঢ়ি দিলে সেইটো মালপোৰা পিঠা বুলি কয়
assamese
ai4bharat/IndicVoices
ঠিক তেনেকে বিভিন্ন ধৰণে বিভিন্ন সময়ত তেনেকুৱা পিঠা পুৰিব পাৰি আকৌ আমি এতিয়া খেতি কৰা মানুহ খেতি কৰা শেষত ভাদ মাহত প্ৰথম ভাদ মাহত আমি
assamese
ai4bharat/IndicVoices
নাঙলধোৱা পিঠা বুলি কয় তেনেকে আমি পিঠা খুন্দি ভাত খোৱা চাউলৰ পিঠা খুন্দি গৰম পানী অকনমান নোৱাই আমি ভাত পিঠাও বনাওঁ
assamese
ai4bharat/IndicVoices
পানীখিনি উতলাই লওঁ উতলাই লোৱা পিছত জুই তলত জুই দি ওপৰত সেই কেৰাহী পাতি তাৰপিছত চালনীয়েদি পিঠাখিনি সানি লৈ চালনীত চালি সেই আকৌ হেতায়েদি বা আগৰ দিনত সৰু সৰু জকাই বনাই দিয়ে পিঠাখিনি কাঢ়িবৰ কাৰণে
assamese
ai4bharat/IndicVoices
সেই জকায়েদি পিঠাখিনি কাঢ়ি পাতত কলপাত কাটি তাত মুকলিকে মেলি দি ভাতটোৰ দৰে ভাতটোৰ দৰে হয় ধুনীয়া হয় খাবলেও ভাল গাখীৰৰ লগত নহ'লে মাংস হাঁহ মাংস লগত বেছি ভাল ভাত পিঠা খাবলে
assamese
ai4bharat/IndicVoices
হাঁহে কোমোৰাই বনাই লৈ একেবাৰে ভাত পিঠা তেনেকে খাওঁ নহ'লে তৰাপাত দি বান্ধি আমি পানীখিনি উতলাই তৰাপিঠাখিনি সানি
assamese
ai4bharat/IndicVoices
তৰাপাত কাটি আনি তৰাপাত বান্ধি বান্ধি আমি তেনেকে হেৰি কৰোঁ এনেকে বিভিন্ন ধৰণে আমি পিঠা বনাব পাৰোঁ
assamese
ai4bharat/IndicVoices
পিঠাৰ বিষয়ে ইমানকে কৈছোঁ আৰু
assamese
ai4bharat/IndicVoices
হিমালয় পৰিস্থিতিতন্ত্ৰই বহুত বহুতো প্ৰাণী উদ্ভিদ আৰু বিৰল বনৌষধিৰ বাবে বাসস্থান প্ৰদান কৰে
assamese
ai4bharat/IndicVoices
হয় মই কেতিয়াও দেখি পোৱা নাই আৰু মোৰ লগত অপ্ৰত্যাশিত বস্তু এটা ঘটি গৈছে সেইদিনাখন মই আহি আছিলোঁ আহি থাকোঁতে
assamese
ai4bharat/IndicVoices
কোনে জানো এনেকুৱা কাম কৰে ৰাস্তাত কল খাই কলৰ বাকলি পেলাই থৈ দিছিলে মই তাতে পিচল খাই পৰিলোঁ মোৰ কঁকালৰ বিষ উঠি আছে এতিয়াও
assamese
ai4bharat/IndicVoices
মই কেনেকৈ হঠাৎ মই অপ্ৰত্যাশিতভাৱে সেই বস্তুটো হৈ গ'ল মই পাহৰিব পৰা নাই আৰু মই ট্ৰেকত ফটো তোলোঁ কঁকালৰ বিষৰ কাৰণে মই উঠি উঠি পেলাই ইমান খোজকাঢ়িবও নোৱাৰোঁ বহি বহিয়ে এনেকৈ ফটো তোলোঁ
assamese
ai4bharat/IndicVoices
আৰু ক'ৰবাত প'ষ্ট কৰিবলৈ মোৰ তেনেকৈ সময় সুবিধাই নাই আৰু এনেকৈ মই এতিয়া ইমান নেজানোঁও মই
assamese
ai4bharat/IndicVoices
সেইবাবে ইউটিউবৰ বিষয়ে বা ইনষ্টাগ্ৰামৰ বিষয়ে ইমান ভালদৰে নাজানোঁ যি এটা পাওঁ চাই থাকোঁ কিছুমানে শুনি থাকোঁ ইনষ্টাগ্ৰামত ফটো আপলোড দিয়ে এফ বিত ফটো আপলোড দিয়ে তোলে প'ষ্ট কৰে মই তেনেকৈ পষ্ট নকৰোঁ
assamese
ai4bharat/IndicVoices
মোক গাড়ী ধোৱা শ্বেম্পুৰ সকলো বস্তু দেখুওৱা
assamese
ai4bharat/IndicVoices
কাইলৈ সোমবাৰে পুৱা আঠ বজাত এটা এলাৰ্ম ছেট কৰা
assamese
ai4bharat/IndicVoices
চৈধ্য জুলাইত মোৰ বন্ধু এজনৰ জন্মদিন আছিল পোন্ধৰ জুলাইত মই পথাৰৰ কামত ব্যস্ত আছিলোঁ ষোল্ল জুলাইত মই মোৰ বন্ধু কেইজনমানৰ লগত ফুৰিবলৈ গৈছিলোঁ সোতৰ জুলাইত মই ঘৰৰ পৰিয়ালৰ লগত সৈতে একেলগে খানা খাইছিলোঁ
assamese
ai4bharat/IndicVoices
আৰু ওঠৰ জুলাইত মই পঢ়া শুনা কৰি আছিলোঁ
assamese
ai4bharat/IndicVoices
শিকা
assamese
ai4bharat/IndicVoices
মই তামিলনাডু ৰাজ্যত ওঠৰ যোগ বছৰ বয়সৰ ক'ভিচিল্ড ভেকচিন ক'ত পাম
assamese
ai4bharat/IndicVoices
অসম মেঘালয় ত্ৰিপুৰা মণিপুৰ নাগালেণ্ড
assamese
ai4bharat/IndicVoices
বহুলভাৱে জন ৰাষ্ট্ৰপতি বুলি উল্লেখিত তেওঁ একক কাৰ্য্যকালৰ পিছত শিক্ষা লিখা মেলা আৰু জনসেৱাৰ অসামৰিক জীৱনলৈ ঘূৰি আহিছিল
assamese
ai4bharat/IndicVoices
অন
assamese
ai4bharat/IndicVoices
চৰাই
assamese
ai4bharat/IndicVoices
দুহেজাৰ পোন্ধৰ চনৰ পৰা এই ফাউণ্ডেশ্যনে চুৰাট পৌৰ নিগমৰ দ্বাৰা আয়োজিত সঞ্জীৱ কুমাৰ বাৰ্ষিক নাট প্ৰতিযোগিতাৰ পৃষ্ঠপোষকতাও কৰি আহিছে
assamese
ai4bharat/IndicVoices
হেল্ল' বাজাজ এজেন্সি হয়নে কালি যে আপোনাৰ গাড়ীখন যে ঠিক কৰিছিলোঁ অঁ তাকে এতিয়া মানে আহি আছোঁ বাৰু
assamese
ai4bharat/IndicVoices
অঁ তাকে আপোনাৰ আকৌ আহি থাকোঁতে আপোনাৰ আধা ৰাস্তাত মানে গাড়ীখন অলপ বেয়া হ'ল আৰু ইমান বেয়া বেয়া ৰাস্তাইদি নি সোমোৱাইছে গাড়ীখন গোটেই মানে সবৰে অৱস্থা বেয়া হৈ গৈছেগৈ
assamese
ai4bharat/IndicVoices
তাৰপিছত এতিয়া আকৌ আপোনাৰ ড্ৰাইভাৰজনকো আকৌ পইচা বেছিকৈ লাগে নহয় এতিয়া বাৰু কেনেকৈ বেছিকৈ দিয়ে আপোনাৰ লগত যিটো মানে পইচাৰ কথা পতা হৈছিল তাতকৈ এতিয়া বেছিকৈ বিচাৰিছে ছয় সাত হেজাৰ টকা বিচাৰিছে সেইটো এতিয়া কেনেকৈ দিম এতিয়া আকৌ আপোনাৰ ড্ৰাইভাৰজনৰ ব্যৱহাৰটোও বেয়া ইমান বেয়া বেয়াকৈ কৈছে ষ্টুডেণ্টবোৰক
assamese
ai4bharat/IndicVoices
সবেইতো ভাল পোৱা নাই ন' সবেই এতিয়া মাৰিব ধৰিছে মই মানে যেন তেন ৰখাই মেলি থৈছোঁ আৰু কি ক'ব আৰু মানে ইমানেই বেয়া আপোনালোকৰ এজেন্সিটো মানে ভাল বুলি শুনিছিলোঁ তাৰপিছত এতিয়া মানে কি ক'ম আৰু ইমানেই বেয়া ব্যৱহাৰ কৰিছে ন' আপোনাৰ ড্ৰাইভাৰজনে
assamese
ai4bharat/IndicVoices
তাকে মানে কি কৰোঁ এতিয়া পইচা চইচা নিদিওঁ নেকি আৰু আপোনালোকক এনেকৈ ৰাখি পেলাই থৈ দিওঁ আৰু
assamese
ai4bharat/IndicVoices
অ' কওকচোন
assamese
ai4bharat/IndicVoices
অ' কিহত নিব লাগিব আপুনি কি মইটোতো ট্ৰেভেল এজেঞ্চি হয় আপুনি কেনেকুৱা গাড়ী লাগিব বা সেইটো কথা কওক কি গাড়ী লাগিব
assamese
ai4bharat/IndicVoices
আপুনি আপোনাক সোধা মতে আপুনি কেইজন এজনেই আপুনি যাব নে আৰু কোনোবা ফেমিলি মেম্বাৰ যাব লগত
assamese
ai4bharat/IndicVoices
আপুনি অকলে যাব তেতিয়াহ'লে আপোনাৰ এখন সৰু গাড়ী হ'লেও হৈ গ'ল চ' ৰাস্তা পদূলি
assamese
ai4bharat/IndicVoices
এই ৰ'ব ৰাস্তা পদূলিটো ইমান ভাল নহয় গতিকে আপুনি বলেৰ' এখন <unintelligible> গ'লে অল্প কমফৰ্ট পাব চ' ইয়াৰ পৰা গুৱাহাটীলৈ আপুনি যদি বলেৰ'খনত যায় তেতিয়াহ'লে আপুনি মোক
assamese
ai4bharat/IndicVoices
ফিফটিন থাউচেণ্ড বা থাৰ্টিন টু ফিফটিন থাউচেণ্ড দিব লাগিব যিহেতু আপুনি অকলে যাব গতিকে থাৰ্টিন থাউচেণ্ডটো আপুনি দিব লাগিব
assamese
ai4bharat/IndicVoices
পাৰ ডে'
assamese
ai4bharat/IndicVoices
অ'
assamese
ai4bharat/IndicVoices
অ' এইখিনি দেখুৱাই দিম আপুনি চিন্তা কৰিব নালাগে আপুনি য'তে যাব বিচাৰে গুৱাহাটী য'তে আপুনি ফুৰিব বিচাৰে আপুনি যাব পাৰিব কিন্তু তাত আপোনাৰ এক'ম'ডেশ্যনটো আপুনি নিজে কৰি ল'ব লাগিব আপুনি আকৌ গাড়ীখন লৈ গ'লে আমি অকল ফুৰাবলৈ নিব পাৰিম আপুনি এক'ম'ডেশ্যনটো নিজে হেৰি হোটেলত থকা মেলাটো আপোনাৰ দায়িত্ব আমাৰ দায়িত্ব নহয়
assamese
ai4bharat/IndicVoices
বুজি পালে নাই কথাটো সেইটো কথা গতিকে আপুনি নিজে ডিচিশ্যন ল'ব মই থাৰ্টিন থাউচেণ্ডত আপোনাক লৈ যাম বাৰু
assamese
ai4bharat/IndicVoices
লৈ গৈ পালে আপোনাক আপুনি যেতিয়াই গাড়ীখন বিচাৰে গুৱাহাটীত আপুনি হোটেলত আছে বা মই বেলেগত আছোঁ
assamese
ai4bharat/IndicVoices
আপুনি মোক কল কৰি দিলে আপুনি লগে লগে গাড়ী আপোনাৰ ওচৰত ষ্টেণ্ড হৈ যাব আৰু আপুনি গোটে দিনটো আপুনি যেতিয়া যেতিয়া আপুনি ফুৰিলৈ যায় আপুনি নিজৰ ইচ্চামতে ফুৰিব যাব মই বাকীখিনি লৈ যাম
assamese
ai4bharat/IndicVoices
সেয়ে আপুনি কামাখ্যালৈ যাব বিচাৰিছে উমানন্দ যাব বিচাৰিছে বা আপুনি আই আই আই টি আই যাব বিচাৰিছে আই আই টি যাব বিচাৰিছে গুৱাহাটী ইউনিভাৰচিটি যাব বিচাৰিছে
assamese
ai4bharat/IndicVoices
য'তেই যায় সেইটো আপোনাৰ নিজৰ পাৰ্চনেল কথা আপোনাক কেইদিনৰ কাৰণে গাড়ীখন লাগে এসপ্তাহৰ কাৰণে
assamese
ai4bharat/IndicVoices
চিক্স ডে'জ অৰ চেভেন ডে'জ
assamese
ai4bharat/IndicVoices
অ' হ'ব আৰু কি
assamese
ai4bharat/IndicVoices
অ'কে থেংক ইউ হেভ এ নাইচ ডে'
assamese
ai4bharat/IndicVoices
মই সাধাৰণতে বিভিন্ন ধৰণৰ মাছ খাই ভাল পাওঁ ইয়াৰ ভিতৰত সৰু মাছ ধৰি লওক বিভিন্ন প্ৰকাৰৰ ৰৌ পুঠি খলিহনাৰ বা নিচলা মাছ বা ইত্যাদি আদি মাছো ভাল পাওঁ তাৰ পিছত ৰৌ মিৰ্গা এনে ধৰণৰ ডাঙৰ বা মিডিয়াম মধ্যম চাইজৰ মাছো খাই ভাল পাওঁ তাৰ পিছত ডাঙৰ মাছো খাওঁ চিতল তিতল আদি কৰি সেনেধৰণৰ আৰু
assamese
ai4bharat/IndicVoices
মানুহে ধৰি লওঁক সাধাৰণতে নিজৰ ৰুচি অনুযায়ী নিজৰ ৰুচি ভেদে মাছ বিভিন্ন ধৰণৰ খায় অসমত এনেও মাছ বিভিন্ন প্ৰকাৰৰ পোৱা যায় যিহেতু নদী বা বিল ইত্যাদি বেছি গতিকে
assamese
ai4bharat/IndicVoices
সেয়ে আৰু মাছ ধৰি লওঁক খাই আৰু এইটো ভিন্ন ভেদে হ'ব পাৰে বিভিন্ন প্ৰকাৰৰ মাছ আছে যিহেতু গতিকে আৰু সহজে মাছ পোৱা যায় যিহেতু গতিকে অসম ভাৰতৰ ভিতৰত বহুত অধিক সংখ্যক বহুত সংখ্যক মাছ অসমত পায়ে সেয়ে আৰু গতিকে সেই ৰৌ মিৰ্গা ধৰি লওঁক এনেধৰণৰ মাছ আদি পাই আৰু সেইয়ে খায়
assamese
ai4bharat/IndicVoices
মোৰ কাৰণে একাপ কফি বনোৱা
assamese
ai4bharat/IndicVoices
ছয়
assamese
ai4bharat/IndicVoices
আমাৰ এই অঞ্চলত বহুতো মাছ পোৱা যায় আমাৰ ওচৰতে পথাৰ ডাঙৰ পথাৰ আছে এই পথাৰত আমি কাৱৈ গৰৈ শিঙি মাগুৰ যিবিলাক লোকেল মাছ সকলোৱে পোৱা যায় ইয়াত
assamese
ai4bharat/IndicVoices
আমি ধৰিবলৈ যাওঁ আমি কেতিয়াবা জাল পাতি খাওঁ চেপা পাতি খাওঁ আৰু কেতিয়াবা হাতেৰেও ধৰোঁ পুখুৰী সিঁচি খাওঁ মেচিন লগাই পানী সিঁচি মাছ ধৰোঁ আৰু
assamese
ai4bharat/IndicVoices
চালনি মাৰিও মাছ ধৰি খাব পাৰি আৰু হাতে খেপিয়াব গ'লেও মাছ পাই যায় আৰু বহুত ধৰণৰ মাছ পোৱা যায় কাৰণ কিয় আমাৰ পথাৰখন বহুত ডাঙৰ হয়
assamese
ai4bharat/IndicVoices
সেইটো কাৰণে আমাৰ মাছ ইয়াত অভাৱ নাই কিন্তু মাৰিব গ'লেই হ'ল কষ্ট কৰিলে সকলো পোৱা যায়
assamese
ai4bharat/IndicVoices
ইয়াত মাছৰ দাম বুলি ক'বলৈ গ'লে ইয়াত শিঙি মাগুৰ মাছৰ দামটো বেছি হয় আৰু তোৰা মাছৰ দাম বেছি বৰালি মাছৰ দাম বেছি যিবিলাক ডাঙৰ ডাঙৰ মাছ হয় সেইবিলাকৰটো দামটো এক্স ষ্ট্ৰা থাকেই বেছিয়েই হয় কিন্তু সৰু সুৰা মাছবিলাকো আজিকালি দিনত মানে বহুতে কষ্ট কৰি মাছ নেখায় সেইকাৰণে কিনি খাব বিচাৰে সেইকাৰণে কিনি খোৱা মানুহ বেছি কাৰণে দামটো বেছি হয়
assamese
ai4bharat/IndicVoices
ইয়াত শিঙি মাছৰ দাম হ'লে আঠশ টকা বা কেতিয়াবা হাজাৰ টকা হৈ যায় মাগুৰ মাছ শিঙি মাছৰ একেই দাম বৰালি মাছৰটো হাজাৰ ওপৰতে পৰে পুঠি মাছ তোমাৰ আপোনাৰ দুশ টকা ডেৰশ টকা এনেকৈ কিনি খাব লাগে আৰু কাৱৈ মাছৰ দামো আমাৰ ইয়াত বহুত বেছি হয় ছশ টকা চাৰিশ টকা কিলো হয়
assamese
ai4bharat/IndicVoices
ডাঙৰ কাৱৈ মাছ হ'লে ছশ টকা সৰু মাছ হ'লে সৰু কাৱৈ মাছ হ'লে চাৰিশ টকা তেনেকৈ আমাৰ ইয়াত মাছবিলাক কিনি খোৱা হয়
assamese
ai4bharat/IndicVoices
জীৱন বীমা বীমাৰ বাবে বীমাকৃত ধনৰাশি দুশ টকা বাছনি কৰক
assamese
ai4bharat/IndicVoices
ইণ্টাৰনেট বা বাতৰি কাকতে বহুখিনি মানে সুবিধা প্ৰদান কৰিছে মানুহৰ জীৱনলৈ যিখিনি মানুহে ঘৰতে থাকিয়েই জ্ঞান ল'ব পাৰে
assamese
ai4bharat/IndicVoices
কোনো যাতায়তৰ খৰচ দি পেলাই গৈ পেলাই স্কুলৰ হওক বা বিদ্যালয় কলেজ সেইবোৰত গৈ পেলাই জ্ঞান লোৱাৰ দৰকাৰ নাই কাৰণ যিখিনি মানুহ ঘৰত থাকে তেওঁলোকে ইণ্টাৰনেটত কিবা বস্তু চাৰ্চ কৰি দিলেই
assamese
ai4bharat/IndicVoices
পাব পাৰে নজনা বস্তুটো শিকিব পাৰে আৰু বাতৰি কাকতত ডেইলি যিবোৰ দৈনন্দিন জীৱনৰ
assamese
ai4bharat/IndicVoices
খবৰ থাকে দেশ বিদেশৰ সেইবোৰতো পায়েই লগতে বিজ্ঞাপনসমূহ যিসমূহ দিয়ে মানে
assamese
ai4bharat/IndicVoices
সেইসমূহো জানিব পাৰে তেনেকৈ চাবলৈ গ'লে বেংকৰ ক্ষেত্ৰতো ইণ্টাৰনেটে বহুখিনি সুবিধা প্ৰদান কৰিছে কাৰণ মেছেজ পঠিয়াই দিয়ে
assamese
ai4bharat/IndicVoices
টেক্সট মেছেজেছ যিবোৰ উপলব্ধ হয় আৰু বেংকৰ পলিচি থাকে যিবোৰ লাইফ ইঞ্চুৰেঞ্চ তেনেকৈ যিবোৰ পলিচি থাকে
assamese
ai4bharat/IndicVoices
যেনেকৈ আকৌ ঋণ দিবলৈ ক্ষেত্ৰতে হ'লেও ফোন কৰে কিছুমান কিছুমানৰ মোবাইলত আৰু সব কিছুমান ফেকো থাকে কিছুমান
assamese
ai4bharat/IndicVoices
সব যে মানে বিশ্বাসত ল'ব পাৰি তেনেকুৱা নহয়
assamese
ai4bharat/IndicVoices
হয় সঞ্জয়
assamese
ai4bharat/IndicVoices
এই গৰম বন্ধত কি কৰি আছা
assamese
ai4bharat/IndicVoices
এই দিনটো ঘৰত সোমাই সোমাই একদম আমনি লাগি গৈছে
assamese
ai4bharat/IndicVoices
তাকে প্লেনিং এটা কৰিছোঁ এই সন্ধিয়া সন্ধিয়া সন্ধিয়া বোলো এই এ টিম ফিল্ডত
assamese
ai4bharat/IndicVoices
খোজ কাঢ়িবলৈকে যাওঁ নেকি
assamese
ai4bharat/IndicVoices
তাৰপা এইপিনে ত্যাগ ক্ষেত্ৰত বোলে ফুডক'ৰটো খুলিছে তাতো এপাক সোমাই আহিব পাৰিম
assamese
ai4bharat/IndicVoices
হয় স্বাস্থ্যও ভাল হৈ থাকিব আৰু যথেষ্টখিনি মানুহ গোট খাই ইজন সিজনক লগো পাম এটা দুটা কথাও পাতিব পৰিম
assamese
ai4bharat/IndicVoices
মানে এতিয়া মানে গৰম বন্ধ যে সময় টো কেনেকৈ যায় কেনেকৈ নেযায় তেনেকুৱা লাগিছে
assamese
ai4bharat/IndicVoices
তাকে ভাবিছোঁ যে সন্ধ্যা সময়ত যদি ইনেই অকমান অকমান ওলাই যাওঁ এঘণ্টা দুঘণ্টা যদি তাত কটাই মেলি আহোঁ স্বাস্থ্যও ভালে থাকিলে মনটোও ভাল লাগি থাকিলে
assamese
ai4bharat/IndicVoices
তাকে মই বোলো যাব বা পাৰিবানে নোৱাৰা সেইকাৰণে বোলো ফোন এটা কৰি লওঁ
assamese
ai4bharat/IndicVoices
যোৱাটো মানে কি আৰু কাইলৈ যাম পৰহিলৈ যাম কৰি থাকিলেতো নহয় সেইকাৰণে ভাবিছোঁ যে আজিৰপৰাই আৰম্ভ কৰি দিওঁ যদি বতৰ মানে বৰষুণ নিদিয়ে
assamese
ai4bharat/IndicVoices
মানে ভাবিছোঁ যে অকমান যেতিয়া চিকমিক আন্ধাৰ হয় সেইটো সময়ত তাত মানে কি গ'লে ভাল হ'ব
assamese
ai4bharat/IndicVoices
বৰ বিশেষ গৰমো নালাগিব
assamese
ai4bharat/IndicVoices
End of preview. Expand in Data Studio

Indic Dialect ASR Dataset

A multilingual ASR dataset covering 30 Indic dialect/languages with 2.8M+ samples.

Usage

from datasets import load_dataset

# Load a specific language
ds = load_dataset("grushaaaaa/indic-dialect-asr", "assamese", split="train")

Features

  • audio: 16kHz WAV audio
  • sentence: Transcription text
  • language: Language name
  • source: Source dataset
Downloads last month
166